High Volume

#Jec

Assista 1M vídeos de Reels sobre Jec de pessoas de todo o mundo.

Assista anonimamente sem fazer login.

1M posts
NewTrendingViral

Reels em Alta

(12)
#Jec Reel by @xorap_at_ - একো নাই মতা, ভাল নালাগে এনেকৈ ক'লে। ময়ো ডাঙৰ হৈছোঁ। ঘৰৰ পৰা ওলাই অহা নাছিলোঁ বাবে বহুত কথা নাজানো, কিন্তু লাহে লাহে শিকিম ময়ো। সেইবুলি এনেকৈ ক'ব লাগে
109.0K
XO
@xorap_at_
একো নাই মতা, ভাল নালাগে এনেকৈ ক'লে। ময়ো ডাঙৰ হৈছোঁ। ঘৰৰ পৰা ওলাই অহা নাছিলোঁ বাবে বহুত কথা নাজানো, কিন্তু লাহে লাহে শিকিম ময়ো। সেইবুলি এনেকৈ ক'ব লাগে নেকি? : আচ্ছা sorry, পোৱালি নহয় বাৰু। এতিয়া কোৱা তোমাৰ ঘৰৰ কথা। দেউতাক বাৰু চিনি পালোঁ, আৰু কোন কোন আছে? #justassamesethings #novelbagus #jec #explorar #fyp
#Jec Reel by @xorap_at_ - আস্থাণৰৱৰ ভালপোৱাৰ বাংময় প্রকাশ।
খোপাৰ গোলাপৰ সুগন্ধি বুকুলৈকে শিপাইছে।
উৰুলিৰ ধ্বনিয়ে অন্তৰাত্মালৈকে কোলাহল তুলিছে।
অৰ্ণৱৰ চকুত চকু থৈ আকৌ শুনিছোঁ উ
229.6K
XO
@xorap_at_
আস্থাণৰৱৰ ভালপোৱাৰ বাংময় প্রকাশ। খোপাৰ গোলাপৰ সুগন্ধি বুকুলৈকে শিপাইছে। উৰুলিৰ ধ্বনিয়ে অন্তৰাত্মালৈকে কোলাহল তুলিছে। অৰ্ণৱৰ চকুত চকু থৈ আকৌ শুনিছোঁ উশাহৰ ধক ধক। আৰু কিমান ভালপোৱা এতিয়াও ৰৈ আছে, আমাৰ বাবে, কেৱল আমাৰ বাবেই। আঁচল পাতি সামৰি লৈছোঁ অৰ্ণৱৰ ভালপোৱা, দেউতাৰ আশিস, মাৰ মমতা। #justassamesethings #novelbagus #indianwedding #jec #aiart
#Jec Reel by @xorap_at_ - দৌৰি নামি আহিছোঁ। নিশাক হাতত ধৰি প্ৰায় চোঁচৰাই আনিলোঁ বাহিৰলৈ।
: আস্থা, কি হ'ল তোৰ? কেলেই এনেকুৱা কৰিছ? চুলিখিনি কেনেকৈ বেয়া হৈ গ'ল? Wait, মই লগাই দি
651.1K
XO
@xorap_at_
দৌৰি নামি আহিছোঁ। নিশাক হাতত ধৰি প্ৰায় চোঁচৰাই আনিলোঁ বাহিৰলৈ। : আস্থা, কি হ'ল তোৰ? কেলেই এনেকুৱা কৰিছ? চুলিখিনি কেনেকৈ বেয়া হৈ গ'ল? Wait, মই লগাই দিয়া maangtikaটো ক'ত গ'ল? : মোক ধৰি থাক নিশা, মই পৰি যাম এতিয়া। 🥹🩷#justassamesething #niribili #novelassamese #justassamesethings #noveldrawing #novelbagus #niribili❤️ #xoraphul #drawingassassin #xoraphul🥀 #justassamesething #jec #jecasthaarnab
#Jec Reel by @priyashreesinghania9 - অৰ্ণৱ, আস্থা আৰু JEC❤️
#JEC
#lovestory
#assamesebook
#novel 
#novellovers📚❤️

ভিডিঅ'টি সংগৃহীত, মাত্ৰ বাক্য কেইটাহে নিজা 🙏🙏
862
PR
@priyashreesinghania9
অৰ্ণৱ, আস্থা আৰু JEC❤️ #JEC #lovestory #assamesebook #novel #novellovers📚❤️ ভিডিঅ'টি সংগৃহীত, মাত্ৰ বাক্য কেইটাহে নিজা 🙏🙏
#Jec Reel by @xorap_at_ - দৌৰি গুচি আহিলোঁ ৰুমলৈ, দৰজাখন বন্ধ কৰি বিচনাতে পৰি দিছোঁ। এনেতে ফোনটো বাজিল।
: My Jacket.
তেওঁৰ জেকেটটো এতিয়াও মোৰ ওচৰতে আছে, ঘূৰাই দিয়া হোৱা নাই।
198.7K
XO
@xorap_at_
দৌৰি গুচি আহিলোঁ ৰুমলৈ, দৰজাখন বন্ধ কৰি বিচনাতে পৰি দিছোঁ। এনেতে ফোনটো বাজিল। : My Jacket. তেওঁৰ জেকেটটো এতিয়াও মোৰ ওচৰতে আছে, ঘূৰাই দিয়া হোৱা নাই। আজিকালি তুলোৰ ঠাইত এইটো থাকে শোৱাৰ সময়ত। কেনেকৈ ঘূৰাই দিওঁ। : পাছত দিম। : What?? Are you mad Astha, you don't want to talk, don't want to meet, don't wanna see me, then you need that. : সব কথাৰে উত্তৰ নাই মোৰ ওচৰত। : You are just impossible. কাটি দিলোঁ ফোনটো। জেদ মোৰো আছে, নিদিওঁ বুলি কৈছোঁ যেতিয়া নিদিওঁ। তাৰ পাছত আৰু তেওঁৰ ফোন অহা হ'ল। #justassamesethings #explorepage #jec #lovestory #fypシ❤️💞❤️
#Jec Reel by @neelim_mahanta_livingart - We had a small Tshirt session at JEC Hosterl… Thank you all the students of Hostel 1 and specially Arup da … you are a great teacher, a true human bei
70.4K
NE
@neelim_mahanta_livingart
We had a small Tshirt session at JEC Hosterl… Thank you all the students of Hostel 1 and specially Arup da … you are a great teacher, a true human being.. #projectzg #Zubeen #Zubeengarg #Justiceforzubeengarg #joi_Zubeen_da
#Jec Reel by @xorap_at_ - সব কথা কৈ বুজাব নালাগে আস্থা। তুমিও মই নোকোৱা কথাবোৰ বুজি পোৱা হ'লে।
: মানে?
: মানে মই তোমাৰ senior হয়। ইমান প্ৰশ্ন সুধিব নোৱাৰা তুমি মোক। চুপচাপ শুই
977.1K
XO
@xorap_at_
সব কথা কৈ বুজাব নালাগে আস্থা। তুমিও মই নোকোৱা কথাবোৰ বুজি পোৱা হ’লে। : মানে? : মানে মই তোমাৰ senior হয়। ইমান প্ৰশ্ন সুধিব নোৱাৰা তুমি মোক। চুপচাপ শুই থাকা। সেয়া, উঠিলৈই খংটো। মোৰনো কি দৰকাৰ আছিল ফোন কৰিবলৈ। নিজৰ ওপৰতে খং উঠিল, ভোৰভোৰাই আছোঁ মুখৰ ভিতৰতে। কৰি থাকক কি কৰে। আধাঘণ্টামানৰ পাছত আটাইবোৰ ঘূৰি আহিল। নিশাই মোৰ কাৰণে খোৱাখিনি pack কৰি আনিছে, ভোক অকন লাগিছিল। বিছনাতে বহি খাবলে ল’লোঁ। #justassamesethings #novelbagus #niribili #explorepage #lovestory #jec #assamesevirelreels #fypシ❤️💞❤️ #novel
#Jec Reel by @the_travelling_gearhead - Shares are appreciated 🌿...adios💞
.
.

.
.
#reelsinstagram #reelitfeelit #assam #assamese #love #foryou #explore #explorepage #assamdiaries #jec #jo
24.1K
TH
@the_travelling_gearhead
Shares are appreciated 🌿...adios💞 . . . . #reelsinstagram #reelitfeelit #assam #assamese #love #foryou #explore #explorepage #assamdiaries #jec #jorhat #jorhatcity
#Jec Reel by @saaahiiiill - JEC during sunset- where the day's hustle fades into calm skies, and dreams begin to glow softly🌅💫
.
.
.
.
.
.
.
.
#jec #explore #fyp #viral
14.7K
SA
@saaahiiiill
JEC during sunset- where the day’s hustle fades into calm skies, and dreams begin to glow softly🌅💫 . . . . . . . . #jec #explore #fyp #viral

✨ Guia de Descoberta #Jec

O Instagram hospeda 1 million postagens sob #Jec, criando um dos ecossistemas visuais mais vibrantes da plataforma.

#Jec é uma das tendências mais envolventes no Instagram agora. Com mais de 1 million postagens nesta categoria, criadores como @xorap_at_, @jec_oficial and @neelim_mahanta_livingart estão liderando com seu conteúdo viral. Navegue por esses vídeos populares anonimamente no Pictame.

O que está em alta em #Jec? Os vídeos Reels mais assistidos e o conteúdo viral estão destacados acima.

Categorias Populares

📹 Tendências de Vídeo: Descubra os últimos Reels e vídeos virais

📈 Estratégia de Hashtag: Explore opções de hashtag em alta para seu conteúdo

🌟 Criadores em Destaque: @xorap_at_, @jec_oficial, @neelim_mahanta_livingart e outros lideram a comunidade

Perguntas Frequentes Sobre #Jec

Com o Pictame, você pode navegar por todos os reels e vídeos de #Jec sem fazer login no Instagram. Nenhuma conta é necessária e sua atividade permanece privada.

Análise de Desempenho

Análise de 12 reels

✅ Competição Moderada

💡 Posts top têm média de 514.1K visualizações (2.5x acima da média)

Publique regularmente 3-5x/semana em horários ativos

Dicas de Criação de Conteúdo e Estratégia

💡 O conteúdo de melhor desempenho recebe mais de 10K visualizações - foque nos primeiros 3 segundos

✍️ Legendas detalhadas com história funcionam bem - comprimento médio 239 caracteres

📹 Vídeos verticais de alta qualidade (9:16) funcionam melhor para #Jec - use boa iluminação e áudio claro

Pesquisas Populares Relacionadas a #Jec

🎬Para Amantes de Vídeo

Jec ReelsAssistir Jec Vídeos

📈Para Buscadores de Estratégia

Jec Hashtags em AltaMelhores Jec Hashtags

🌟Explorar Mais

Explorar Jec#jec tanjung priok#rs jec primasana#jec kedoya#jec menteng#jec world 2026 paris#jec jogja#rs mata jec primasana#jogo do jec futsal hoje